আবিলতাআবিস্কাৰ

আবিষ্কাৰ কৰ্ (Assamese) [ Roman: a.bis.kar kor]
Contributed by: Bikram M Baruah on 2007-06-29
1. (Verb-Trans.) to originate or create as a product of one's own ingenuity, experimentation, or contrivance. কোনো আহিলা, পদ্ধতি আদি নিজৰ সৃজনশিলতাৰে প্ৰথমবাৰৰ বাবে তৈয়াৰ কৰা৷

Contributed by: Bikram M Baruah on 2007-06-29
2. (Verb-Trans.) to find out sth never seen, heard or observed by anyone before কোনোৱে কেতিয়াও নেদেখা, নুশুনা বা পৰ্য্যবেক্ষণ নকৰা কোনো বস্তু বিছৰা